অসম

assam

By

Published : Jul 30, 2019, 4:12 PM IST

ETV Bharat / videos

ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ আঁচনিত কেলেংকাৰী : বৰ্খাস্ত বিষয়া

কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য বিভাগৰ অধীনৰ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ আঁচনি ৰূপায়ণৰ নামত তিনিচুকীয়াত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি । বিভাগৰ বহুকেইখন স্বাস্থ্য কেন্দ্ৰত দুৰ্নীতি আৰু অনিয়ম সংঘটিত কৰিছিল জিলা প্ৰকল্প সঞ্চালক মানস জ্যোতি বৰদলৈয়ে ৷ যাৰ বাবে প্ৰকল্প সঞ্চালক জে ভি এন সুব্ৰমনিয়মৰ ৰোষত পৰে মানস জ্যোতি বৰদলৈ । মানস জ্যোতি বৰদলৈক বৰ্খাস্ত কৰাৰ লগতে বৰদলৈৰ সহযোগী ডিষ্ট্ৰিক মিডিয়া এক্সপাৰ্ট সংগীত দাসকো চূড়ান্ত সকীয়নি প্ৰদান কৰে প্ৰকল্প সঞ্চালকে ৷

ABOUT THE AUTHOR

...view details