অসম

assam

ETV Bharat / videos

ডিফুত বিজেপিৰ আগ্ৰগতি ! বিজেপি প্ৰাৰ্থী হৰেণছিং বেৰ অগ্ৰগতি - diphu_result

By

Published : May 23, 2019, 12:47 PM IST

৩নং স্বায়ত্ত শাসিত জিলা ডিফু (অ:জ)ৰ ডিফু সমষ্টিত প্ৰথম ৰাউণ্ডৰ পিছত বিজেপিৰ হৰেণছিং বে ৪০৪৮ টা ভোট লাভ কৰি আগুৱাই থকাৰ বিপৰীতে নিৰ্দলীয় প্ৰাৰ্থী জে আই কাথাৰ ১৩৯৬টা ভোটত দ্বিতীয় স্থান পাইছে। সেইদৰে তথ্য অনুসৰি হাফলঙত প্ৰথম ৰাউণ্ডত বিজেপি প্ৰাৰ্থী হৰেণছিং বে ৪৮৬৬ টা ভোট লাভ কৰি আগুৱাই আছে আৰু হাফলঙত দ্বিতীয় ৰাউণ্ডৰ পিছতো বিজেপিৰ হৰেণছিং বে ৯১৭৪ টা ভোটত আগবাঢ়ি আছে সেইদৰে কংগ্ৰেছে ৩২৩৩ ভোট পাই দ্বিতীয় স্থানত আছে ৷ কংগ্ৰেছৰ বীৰেণছিং ইংতিয়ে ১৭৬৫টা ভোট লাভ কৰিছে। বৈঠালাংচ'ত বিজেপিৰ হৰেণছিং বেয়ে লাভ কৰিছে ৪০০৮টা ভোট আৰু কংগ্ৰেছৰ বিৰেণ ছিং ইংতিয়ে পাইছে ১৪৭৭ টা ভোট। সেইদৰে বোকাজান বিধানসভা সমষ্টিতো দ্বিতীয় ৰাউণ্ডৰ পিছত হৰেণচিং বে ৬৬৯০টা ভোট পাই আগুৱাই আছে আৰু কংগ্ৰেছৰ বীৰেণছিং ইংতিয়ে ৫৩৩৭ ভোট পাই দ্বিতীয় স্থানত আছে ।

ABOUT THE AUTHOR

...view details