অসম

assam

By

Published : May 2, 2021, 1:15 PM IST

ETV Bharat / videos

হাওৰাঘাট আৰু ডিফু বিধানসভা সমষ্টিৰ ভোটগণনা অব্যাহত

পুৱা 8 বজাৰ পৰা 126 খন আসনৰ ভোটগণনা আৰম্ভ হৈছে ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে অসম বিধানসভা নিৰ্বাচনৰ ১৮ নং হাওৰাঘাট আৰু ১৯ নং ডিফু অনসুচীত জনজাতীয় সমষ্টিৰ ভোটগণনা ইতিমধ্যে ডিফু চৰকাৰী মহাবিদ্যালয়ৰ ভোটগণনা কেন্দ্ৰত আৰম্ভ হৈছে ৷ পাহাৰীয়া জিলাখনৰ দুটা গুৰুত্বপূৰ্ণ সমষ্টিত বিজেপি আৰু কংগ্ৰেছৰ মাজত মূল প্ৰতিদ্বন্দ্বিতা হ’ব ৷

ABOUT THE AUTHOR

...view details