প্ৰধানমন্ত্ৰীৰ আহ্বানঃ ডিব্ৰুগড়ত নান্দনিক 9 মিনিট - কৰ'ণাৰ বিৰুদ্ধে একত্ৰিত হ'ল সমগ্ৰ দেশবাসী
কৰ'ণাৰ বিৰুদ্ধে একত্ৰিত হ'ল সমগ্ৰ দেশবাসী ৷ প্ৰধানমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনালে ডিব্ৰুগড়বাসীয়ে ৷ ঘৰে ঘৰে জ্বলিল বন্তি , জিলিকি আহিল বেলকনিৰ পৰা তিৰবিৰ ফ্লেছ লাইটৰ পোহৰ ৷