প্ৰথম স্থান দখলেৰে দৰঙলৈ গৌৰৱ কঢ়িয়ালে ধৃতিমান বাস্তৱ কলিতাই - এগৰাকী শাৰীৰিক প্ৰশিক্ষক নৱ কলিতা আৰু গৃহিনী টুটুমনি বৰুৱা কলিতাৰ পুত্ৰ ধৃতিমান
প্ৰথম স্থান দখলেৰে দৰঙলৈ গৌৰৱ কঢ়িয়ালে ধৃতিমান বাস্তৱ কলিতাই ৷ তেওঁ লাভ কৰিলে মুঠ ৫৯৫ নম্বৰ ৷
TAGGED:
ধৃতিমানে লাভ কৰিলে ৫৯৫ নম্বৰ