বিধায়ক আমিনুল ইছলামক সোধ পোছ অব্যাহত নগাঁও আৰক্ষীৰ - ধিং সমষ্টিৰ এ আই ইউ ডি এফ দলৰ বিধায়ক আমিনুল ইছলাম
নগাঁও আৰক্ষীয়ে সোধ পোছ অব্যাহত ৰাখিছে ধিং সমষ্টিৰ এ আই ইউ ডি এফ দলৰ বিধায়ক আমিনুল ইছলামক। সোধ পোছৰ অন্তত গ্ৰেপ্তাৰ হ'ব পাৰে বিধায়ক আমিনুল ইছলাম। নগাঁও আৰক্ষীয়ে এই পৰ্যন্ত আনুষ্ঠানিকভাৱে অৱগত কৰা নাই গ্ৰেপ্তাৰ কৰাৰ কথা। কোৱাৰেণ্টাইন চেণ্টাৰক লৈ বিতৰ্কিত মন্তব্য কৰিছিল বিধায়ক আমিনুল ইছলামে
Last Updated : Apr 7, 2020, 12:34 PM IST