অসম

assam

ETV Bharat / videos

এইবাৰ থাওৰাৰ ৰাইজে বিশ্বাসঘাটক আৰু প্ৰতাৰকৰ বিৰুদ্ধে ভোটদান কৰিব : ধৈৰ্য কোঁৱৰ

By

Published : Oct 30, 2021, 12:34 PM IST

‘‘এইবাৰ থাওৰাৰ ৰাইজে বিশ্বাসঘাটক আৰু প্ৰতাৰকৰ বিৰুদ্ধে ভোটদান কৰিব । সমস্যাজৰ্জৰ থাওৰালৈ নতুন দিগন্ত আনিবলৈ ৰাইজে উপযুক্ত প্ৰাৰ্থীক নিৰ্বাচন কৰিব’’ - ৰূপহীবাম মজলীয়া বিদ্যালয়ৰ ২১ নং ভোটগ্ৰহণ কেন্দ্ৰত ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহি সংবাদ মাধ্যমৰ আগত এই কথা সদৰী কৰিছে ৰাইজৰ দলৰ প্ৰাৰ্থী ধৈৰ্য কোঁৱৰে ৷ উল্লেখ্য যে, মুঠ ১,১৫,৯৭১ গৰাকী ভোটাৰে নিৰ্ণয় কৰিব থাওৰা সমষ্টিৰ ৫ গৰাকী প্ৰাৰ্থীৰ ভাগ্য । বহুচৰ্চিত ১০৭ নং থাওৰা বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনক কেন্দ্ৰ কৰি শনিবাৰে পুৱাৰ পৰাই ভোটগ্ৰহণ কেন্দ্ৰসমূহত ৰাইজৰ ভিৰ পৰিলক্ষিত হৈছে ৷

ABOUT THE AUTHOR

...view details