অসম

assam

ETV Bharat / videos

Hit and Run case: কিয় ড৹ নভনীল বৰুৱাই ফোন কৰিছিল ডিজিপি মহন্তক? - ৰাজকন্যাৰ ঘটনা সন্দৰ্ভত ডিজিপিৰ সংবাদমেল

By

Published : Oct 9, 2021, 1:15 PM IST

Updated : Oct 9, 2021, 2:16 PM IST

মডেল ৰাজকন্যা বৰুৱাৰ ঘটনাত নাম সাঙোৰ খাইছে ডিজিপি ভাস্কৰজ্যোতি মহন্তৰ ৷ নিজৰ নাম সাঙোৰ খাই পৰাৰ লগে লগে সংবাদমেলযোগে স্পষ্টীকৰণ ডিজিপি মহন্তৰ ৷ চিকিৎসক ড৹ নভনীল বৰুৱাই ৰাজকন্যাৰ এডমিশ্যন সন্দৰ্ভত ফোনযোগে যোগাযোগ কৰা বুলি স্বীকাৰ কৰিছে ভাস্কৰজ্যোতি মহন্তই ৷ ৰাজকন্যাক এৰেষ্ট কৰা হ'ব নেকি বুলি সুধিছিল ড৹ নভনীল বৰুৱাই ৷ ৰাজকন্যাৰ Suicidal Tendencies সন্দৰ্ভত ড৹ বৰুৱাই অৱগত কৰিছিল বুলি মন্তব্য মহন্তৰ ৷ ডিজিপিগৰাকীয়ে জানিবলৈ দিছে যে, ঘটনা সংঘটিত হোৱাৰ লগে লগে তেওঁ গোচৰ ৰুজু কৰাৰ নিৰ্দেশ দিয়াৰ লগতে আৰক্ষীক সাৱধানতা অৱলম্বন কৰাৰ আহ্বান দিছিল ৷
Last Updated : Oct 9, 2021, 2:16 PM IST

ABOUT THE AUTHOR

...view details