অসম

assam

দুৰ্গোৎসৱৰ মাজেৰেই ক'ভিড-১৯ ৰ সজাগতা সৃষ্টিৰ প্ৰয়াস নগাঁৱত

By

Published : Oct 12, 2021, 9:54 PM IST

দুৰ্গোৎসবৰ মাজেৰেই ক'ভিড- ১৯ৰ সজাগতা সৃষ্টিৰ প্ৰয়াস নগাঁৱৰ হিন্দু মিলন মন্দিৰ পূজা সমিতিৰ । কৰ'ণা ভাইৰাছ আৰু ভেকচিনক থিম হিচাপে লৈ নিৰ্মাণ কৰিছে পূজা মণ্ডপ।

ABOUT THE AUTHOR

...view details