অসম

assam

ETV Bharat / videos

তিতাবৰত মহিলাৰ শৰীৰত কৰ‘ণাৰ অৱস্থিতি

By

Published : Apr 5, 2021, 10:02 PM IST

তিতাবৰত পুনৰ সৃষ্টি হৈছে কৰ‘ণাৰ সন্ত্ৰাস ৷ তিতাবৰত ৰঞ্জু দেৱী আগৰৱাল নামৰ এগৰাকী ৪৮ বছৰীয়া মহিলা দেহত ধৰা পৰিছে কৰ‘ণা ভাইৰাছৰ অৱস্থিতি ৷ মহিলাগৰাকীয়ে তিতাবৰ মহকুমা অসামৰিক চিকিৎসালয়ত কঁকালৰ বিষৰ চিকিৎসা কৰাবলৈ অহাৰ সময়ত কৰোৱা ৰেপিড টেষ্টত ধৰা পৰে কৰ‘ণাৰ অৱস্থিতি ৷ বৰ্তমান সময়ত মহিলাগৰাকী হোম কোৱাৰেন্টাইনত আছে ৷

ABOUT THE AUTHOR

...view details