অসম

assam

ETV Bharat / videos

Covid 19: বিশ্বৰ সামগ্ৰিক তথ্য

By

Published : Oct 3, 2020, 2:13 PM IST

Updated : Oct 3, 2020, 7:47 PM IST

3 অক্টোবৰলৈকে সমগ্ৰ বিশ্বত প্ৰায় 34,831,366 গৰাকী ব্যক্তি কৰ’ণা ভাইৰাছত আক্ৰান্ত হৈছে ৷ ইয়াৰে ভিতৰৰ 1,033,238 গৰাকী লোকে মৃত্যুক আঁকোৱালি লৈছে ৷ কোভিড 19 ত আক্ৰান্ত দেশসমূহৰ শীৰ্ষস্থানত আমেৰিকা যুক্তৰাষ্ট্ৰই অৱস্থান কৰাৰ বিপৰীতে দ্বিতীয় স্থানত আছে ভাৰতবৰ্ষ ৷ সম্প্ৰতি ভাৰতত 6,473,544 গৰাকী লোক কৰ’ণাত আক্ৰান্ত হোৱাৰ লগতে প্ৰাণ হেৰুৱাইছে 1,00,842 গৰাকীয়ে ৷
Last Updated : Oct 3, 2020, 7:47 PM IST

ABOUT THE AUTHOR

...view details