অসম

assam

ক'ভিড-19ঃ মৃত্যু জিনাৰ যুঁজত কিদৰে নামিছে অলেখজন

By

Published : Apr 7, 2020, 8:42 PM IST

Updated : Apr 7, 2020, 9:00 PM IST

গুৱাহাটী, ৭ এপ্ৰিলঃ সমগ্ৰ বিশ্বৰ মানৱ জাতি এতিয়া শংকিত । এই অভিশপ্ত সময়ৰ সৈতে মোকাবিলা কৰাটো সহজ কথা নহয় । ইতিমধ্যে এই প্ৰতিবেদন প্ৰস্তুত কৰি থকা সময়লৈকে অসমত ২৭ জনকৈ লোকৰ শৰীৰত ধৰা পৰিছে COVID 19 ৰ উপস্থিতি । দৈনিক বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা । এই বিষয়ত জ্যেষ্ঠ সাংবাদিক গৌতম বৰুৱাৰ এক বিস্তৃত প্ৰতিবেদন ।
Last Updated : Apr 7, 2020, 9:00 PM IST

ABOUT THE AUTHOR

...view details