গণ সংক্ৰমণ ৰোধৰ বাবে তিনিচুকীয়াত পুনৰ লক ডাউন - গণ সংক্ৰমণ ৰোধৰ বাবে তিনিচুকীয়াত পুনৰ লক ডাউন
ভয়াৱহ গণ সংক্ৰমণৰ দিশে আগবাঢ়িছে তিনিচুকীয়া জিলা ৷ ইতিমধ্যে জিলাখনত কৰ'ণাত আক্ৰান্ত হৈ 23 গৰাকীকৈ লোকৰ মৃত্যু হৈছে । সেয়ে কৰ'ণাৰ গণ সংক্ৰমণ ৰোধ কৰিবলৈ তিনিচুকীয়াত পুনৰ লক ডাউন ঘোষণা কৰিছে জিলা প্ৰশাসনে ৷ বুধবাৰে সন্ধিয়া 6 বজাৰ পৰা 11 আগষ্টলৈকে তিনিচুকীয়া পৌৰ সভা আৰু মাকুম নগৰ সমিতিৰ অন্তৰ্গত ঠাই সমূহত সম্পূৰ্ণ লকডাউন ঘোষণা কৰা হৈছে । এই সন্দৰ্ভত সাংবাদিক প্ৰশান্ত খাটোৱালৰ এক প্ৰতিবেদন।
TAGGED:
তিনিচুকীয়াত পুনৰ লক ডাউন