চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰা সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ প্ৰতিক্ৰিয়া - congress spokesperson dr sanju boruah's reaction
শনিবাৰে কেবিনেটত অসম চৰকাৰে চাহ শ্ৰমিকৰ মজুৰি ২১০ টকালৈ বৃদ্ধি কৰাৰ এক প্ৰস্তাৱ গ্ৰহণ কৰিছিল ৷ এই প্ৰস্তাৱ সন্দৰ্ভত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মুখপাত্ৰ ড৹ সঞ্জু বৰুৱাই প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া । চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি বিষয়ক আদৰণি জনাই যদিও ইমান দিনে শাসনাধীষ্ঠ চৰকাৰৰখনে চাহ শ্ৰমিক সকলক প্ৰতাৰণা কৰি অহা বিষয়ক কেন্দ্ৰ কৰি চৰকাৰ খনক কঠোৰ সমালোচনা কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটি মুখপাত্ৰ গৰাকীয়ে ৷