অসম

assam

By

Published : Nov 8, 2019, 8:36 PM IST

ETV Bharat / videos

ৰাজ্যজুৰি কংগ্ৰেছীৰ গণ বিক্ষোভ কাৰ্যসূচী

ৰাজ্যজুৰি কংগ্ৰেছীৰ গণ বিক্ষোভ কাৰ্যসূচী ৷ শুকুৰবাৰে জ্যেষ্ঠ নেতাৰ পৰা তৃণমূল কৰ্মীলৈ সকলো কংগ্ৰেছী নামি পৰিল চৰকাৰ বিৰোধী প্ৰতিবাদত ৷ মোদী চৰকাৰ হাই হাই, নৰেন্দ্ৰ মোদী গৌ বেক শ্ল'গানেৰে উত্তাল হৈ পৰিল পৰিবেশ ৷ দেশৰ ভয়াৱহ অৰ্থনৈতিক মন্দাৱস্থা, নিত্যবৱহাৰ্য সামগ্ৰীৰ মূল্যবৃদ্ধি, ৰে'ল, বিপিচিএল আদি ৰাজহুৱা সম্পত্তি ব্যক্তিগতকৰণকে ধৰি বহু কেইটা অভিযোগত ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছী নেতাসকলে ৷ এক প্ৰতিবেদন......

ABOUT THE AUTHOR

...view details