অসম

assam

ETV Bharat / videos

কমলপুৰ সমষ্টিত কিশোৰ ভট্টাচাৰ্যক প্ৰাৰ্থী ঘোষণা কংগ্ৰেছৰ

By

Published : Mar 11, 2021, 8:18 PM IST

অৱশেষত উৎকণ্ঠাৰ অন্ত পেলাই কংগ্ৰেছ দলে বৃহস্পতিবাৰে কিশোৰ ভট্টাচাৰ্যক ঘোষণা কৰিলে কমলপুৰৰ প্ৰাৰ্থী হিচাপে । প্ৰাৰ্থিত্ব লাভ কৰাৰ পাচত বৃহস্পতিবাৰে কমলপুৰৰ ৰাজীৱ ভৱনত উপস্থিত হয় প্ৰাৰ্থীগৰাকী । শ শ সমৰ্থকে হৰ্ষোল্লাসেৰে ফটকা ফুটাই আদৰণি জনাই কিশোৰ ভট্টাচাৰ্যক । কংগ্ৰেছ দলৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ বাবে কেন্দ্ৰীয় নেতৃবৰ্গৰ লগতে ৰাজ্যিক নেতৃত্বক আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰে প্ৰাৰ্থী গৰাকীয়ে । প্ৰাৰ্থিত্ব লাভ কৰাৰ পাচত কি ক’লে কংগ্ৰেছৰ প্ৰাৰ্থী গৰাকীয়ে ? শুনক তেওঁৰ মুখেৰে...

ABOUT THE AUTHOR

...view details