অসম

assam

By

Published : Mar 8, 2021, 5:24 PM IST

Updated : Mar 8, 2021, 6:55 PM IST

ETV Bharat / videos

মৰাণৰ কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰাঞ্জল ঘাটোৱাৰৰ মনোনয়ন পত্ৰ দাখিল

সোমবাৰে মনোনয়ন পত্ৰ দাখিলৰ পূৰ্বে ইটিভি ভাৰতৰ আগত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য় আগবঢ়ায় কংগ্ৰেছ দলৰ প্ৰাৰ্থী প্ৰাঞ্জল ঘাটোৱাৰে ৷ আগন্তুক নিৰ্বাচনত 25 হাজাৰ ভোটত জয়লাভ কৰিব বুলি দাবী কৰে প্ৰাৰ্থীগৰাকীয়ে । চাঁওক মৰাণৰ পৰা সংবাদদাতা উমাকান্ত বৰুৱাৰ এক প্ৰতিবেদন...
Last Updated : Mar 8, 2021, 6:55 PM IST

ABOUT THE AUTHOR

...view details