অসম

assam

ETV Bharat / videos

৩০-৪০ হাজাৰ ভোটৰ ব্যৱধানত জয়ী হোৱাৰ দাবী মনোজ ধানোৱাৰৰ - ৩০ পৰা ৪০ হাজাৰ ভোট

By

Published : Mar 27, 2021, 4:44 PM IST

১১৭ নং লাহোৱাল সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী মনোজ ধানোৱাৰে শনিবাৰে ভোটাধিকাৰ সাব্যস্ত কৰে ৷ ভোট দি ওলাই আহি সংবাদ মাধ্যমৰ জৰিয়তে সকলোকে ক'ভিড নীতি নিয়ম পালন কৰি ভোট দিবলৈ ওলাই আহিবলৈ আহ্বান জনালে ধানোৱাৰে । এইবাৰ বিজেপি প্ৰাৰ্থী বিনোদ হাজৰিকাতকৈ ৩০-৪০ হাজাৰ ভোট বেছি লাভ কৰি জয়ী হোৱাৰ দাবী কৰে প্ৰাৰ্থী গৰাকীয়ে ।

ABOUT THE AUTHOR

...view details