অসম

assam

ETV Bharat / videos

Traditional Community Fishing: বকোৰ চুকুনীয়াপাৰাত সমূহীয়াকৈ মাছ ধৰিলে ৰাইজে - Magh Bihu Celebration at Boko

By

Published : Jan 18, 2022, 8:54 PM IST

অসমীয়াৰ বাপতি সাহোন ভোগালী বিহুৰ বতৰত বিভিন্ন ধৰণৰ পৰম্পৰাগত খেল ধেমালী অনুষ্ঠিত কৰা হয় ৰাজ্যৰ বিভিন্ন প্ৰান্তত । বহু স্থানত ভোগালী বিহুৰ লগত সংগতি ৰাখি ৰাইজে সমূহীয়াকৈ মাছধৰা দেখা যায়। বকোৰ চুকুনিয়াপাৰাৰ স্থানীয় ৰাইজেও সমূহীয়াকৈ মাছ ধৰা দেখা গ’ল লুৱাপাৰা খেতি পথাৰত (Community fishing at Boko)। চুকুনীয়াপাৰাৰ স্থানীয় জনজাতীয় মহিলাসকলে পৰম্পৰাগত মাছ ধৰা সজুলি যেনে জাকৈ, খালৈ লৈ পথাৰসমূহত মাছ মৰাত ব্যস্ত হৈ পৰা দেখা যায় ।

ABOUT THE AUTHOR

...view details