অসম

assam

কঠিয়াতলী আৰক্ষীৰ নিয়মীয়া তালাচীত জব্দ দুখনকৈ কয়লা ভৰ্তি ট্ৰাক

By

Published : Dec 13, 2021, 5:57 PM IST

একাংশ মাফিয়াই ৰাজ্যত কয়লাৰ অবৈধ সৰবৰাহ(coal smuggling in assam) অব্যাহত ৰাখিছে নেকি ? নগাঁৱৰ কঠিয়াতলী আৰক্ষীৰ নিয়মীয়া তালাচীত জব্দ হৈছে দুখনকৈ কয়লা ভৰ্তি ট্ৰাক (Coal laden trucks seized) ৷ বৰ্তমান কঠিয়াতলী আৰক্ষী(Kathiatoli police)ৰ জিম্মাত থকা ট্ৰাক দুখনে ডিমাপুৰৰ তিনিকি'লোৰ পৰা ৰঙিয়া কদমতললৈ কঢ়িয়াই আনিছিল কয়লা ৷ জব্দকৃত ট্ৰাক দুখনৰ নম্বৰ AS01-DC-4078 আৰু AS19-AC-1975 । উল্লেখ্য যে, ট্ৰাক দুখনৰ সম্পূৰ্ণ নথিপত্ৰ থকা বুলি চালকে দাবী কৰিছে যদিও আৰক্ষীত তদন্তৰ পাছতহে জানিব পৰা যাব ট্ৰাক দুখনত থকা কয়লা খিনি বৈধ নে অবৈধ ।

ABOUT THE AUTHOR

...view details