অৰুণ জেটলীৰ স্বাস্থ্যৰ বুজ ল'লে মুখ্যমন্ত্ৰী সোণোৱালে - বিজেপি
বিজেপি নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় বিত্তমন্ত্ৰী অৰুণ জেটলীৰ স্বাস্থ্যৰ বুজ ল'লে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ বিগত কিছুদিন ধৰি দিল্লীৰ AIIMSত চিকিৎসাধীন হৈ থকা নেতা গৰাকীৰ পৰিয়ালক সাক্ষাৎ কৰে সৰ্বানন্দ সোণোৱালে ৷