অসম

assam

ETV Bharat / videos

প্ৰকৃততে হাবুং আহোমৰ দ্বিতীয় ৰাজধানী হয়নে ? - CM Himanta Biswa Sharma reacts on Habung controversy

By

Published : Feb 5, 2022, 8:38 AM IST

প্ৰকৃততে হাবুং আহোমৰ দ্বিতীয় ৰাজধানী হয়নে? কোনে বিপথে পৰিচালিত কৰিছে চৰকাৰ তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ? উল্লেখ্য যে মে-ডাম-মে-ফিৰ দিনটোত মুখ্যমন্ত্ৰীয়ে হাবুঙক আহোমৰ দ্বিতীয় ৰাজধানী হিচাপে ঘোষণা কৰাৰ পাছতে ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল (CM Himanta on Habung)। সেয়ে এচাম বুৰঞ্জীবিদে মুখ্যমন্ত্ৰীৰ এনে কাৰ্যক বুৰঞ্জীৰ বিকৃতকৰণ বুলি অভিযোগ উত্থাপন কৰি ক্ষোভ প্ৰকাশ কৰিছে ৷ ইয়াৰ পাছতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে চাবুৱাত উপস্থিত হৈ এই বিষয় সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে(CM Himanta Biswa Sharma reacts on Habung controversy) ৷

ABOUT THE AUTHOR

...view details