অসম

assam

By

Published : Sep 27, 2021, 10:25 PM IST

ETV Bharat / videos

আগন্তুক দুৰ্গাপূজাত ধুবুৰীত উপস্থিত থাকিব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

এইবেলি প্ৰথমবাৰৰ বাবে ধুবুৰীৰ দুৰ্গাপূজাত উপস্থিত থাকিব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ সপ্তমী আৰু অষ্টমীত ধুবুৰীৰ বিভিন্ন পূজা মণ্ডপত উপস্থিত থাকি পূজা দিব মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ ধুবুৰীৰ উপৰিও বগৰিবাৰী আৰু গৌৰীপুৰৰ মহমায়া মন্দিৰৰ দুৰ্গাপূজা মণ্ডপতো উপস্থিত হ'ব মুখ্যমন্ত্ৰী গৰাকী ৷ মুখ্যমন্ত্ৰীৰ লগতে উপস্থিত থাকিব মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস ৷ দুদিনীয়া কাৰ্যসূচীলৈ ধুবুৰীৰ দুৰ্গাপূজাৰ আনন্দ উপভোগ কৰাৰ লগতে দেৱী দূর্গাক পূজা দি আশীষ ল’ব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ ধুবুৰী জিলা বিজেপিৰ সভাপতি ড৹ দেৱময় ছান্যালে প্ৰকাশ কৰিছে এই কথা ৷

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details