অসম

assam

ETV Bharat / videos

কোকৰাঝাৰ লোকসভা সমষ্টিত আৰম্ভ ভোট গণনা কাৰ্য - etv bharat assam

By

Published : May 23, 2019, 9:03 AM IST

চিৰাং, 23 মে': কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত চিৰাং জিলাৰ 31নং চিদলী (জনজাতি) বিধানসভা সমষ্টিৰ ভোট গণনা উপেন্দ্ৰনাথ ব্ৰহ্ম কলেজত অনুষ্টিত হৈছে। ভোটগণনা আৰম্ভৰ প্ৰাকমূহুৰ্তত জিলা উপায়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া গৌতম তালুকদাৰে কয়,ভোট গণনাৰ যাৱতীয় ব্যৱস্থা ইতিমধ্যে সম্পূৰ্ণ কৰি তোলা হৈছে । সুকলমে হৈ যাব ভোট গণনা কাৰ্যসূচী ৷

ABOUT THE AUTHOR

...view details