চন্দ্ৰ ব্ৰহ্মক নিজ দলৰ মানুহেই ভাল নাপায়: প্ৰাৰ্থী ৰঞ্জয় কুমাৰ ব্ৰহ্ম - প্ৰাৰ্থী ৰঞ্জয় কুমাৰ ব্ৰহ্মৰ মনোনয়ন পত্ৰ দাখিল
শুকুৰবাৰে চিৰাঙৰ ৩১ নং চিদলী (জনজাতি) বিধান সভা সমষ্টিৰ পৰা জনতা দল ইউনিটেডৰ প্ৰাৰ্থিত্ব লাভ কৰি মনোনয়ন পত্ৰ দাখিল কৰে প্ৰাৰ্থী ৰঞ্জয় কুমাৰ ব্ৰহ্ময়ে ৷ পুৱা প্ৰায় ১০ বজাত জনতা দল ইউনিটেডৰ বহু সমৰ্থক লৈ মনোনয়ন পত্ৰ দাখিল কৰে চিৰাং জিলাৰ উপায়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া গৌতম তালুকদাৰৰ ওচৰত। মনোনয়ন পত্ৰ দাখিল কৰিয়েই প্ৰাৰ্থী গৰাকীয়ে তীব্ৰ সমালোচনা কৰিলে বিপিএফ-ইউপিপিএল দলক ।
TAGGED:
candidate nomination