অসম

assam

By

Published : Jul 11, 2020, 9:45 AM IST

ETV Bharat / videos

চিৰাঙত ভয়াৱহ দিশে বান পৰিস্থিতি

চিৰাং, 11 জুলাই : চিৰাং জিলাত ভয়াৱহ ৰূপ ধাৰণ কৰিছে বান পৰিস্থিতিয়ে ৷ জিলাখনৰ আই, মাক্ৰা, টাক্লাই, নাঙলভাঙা, নিজলা আদি নৈসমূহৰ বাঢ়নী পানীয়ে বহুকেইখন গাঁও প্লাৱিত কৰাৰ লগতে ক্ষতিগ্ৰস্ত হৈছে হাজাৰোধিক লোক ৷ শুকুৰবাৰে জিলাখনৰ বান পৰিস্থিতি পৰিদৰ্শন কৰে মন্ত্ৰী চন্দন ব্ৰহ্মই ৷ নিশাৰ ভাগতে জিলাখনৰ বহুকেইটা স্থানত জিলা প্ৰশাসনৰ লগতে এছডিআৰএফ আৰু আৰক্ষীয়ে উদ্ধাৰ অভিযানত নামি পৰে ৷

ABOUT THE AUTHOR

...view details