অসম

assam

ETV Bharat / videos

বটদ্ৰৱাত পালন গৰু বিহু

By

Published : Apr 14, 2019, 2:35 PM IST

বটদ্ৰৱাত সাতাম পুৰুষীয়া পৰম্পৰা ৰক্ষা কৰি পালন কৰিছে গৰু বিহু । লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা , মাৰ সৰু বাপেৰ সৰু তই হবি বৰ বৰ গৰু, এই মংগল ধ্বনিৰে মাহ হালধিৰে গৰুক নোৱাই-ধুৱাই পালন কৰিছে গৰু বিহু । গৰু বিহু উপলক্ষে বটদ্ৰৱাৰ ৰাইডঙীয়া পথাৰৰ পৰা চাওঁক ইটিভি ভাৰতৰ এক বিশেষ প্ৰতিবেদন...

ABOUT THE AUTHOR

...view details