অসম

assam

ETV Bharat / videos

কৰ’ণা মহামাৰীৰ প্ৰতি ভ্ৰুক্ষেপ নাই গোলাঘাটবাসীৰ - careless people of golaghat disobeyed Covid 19 in assam etv bharat news

By

Published : Sep 4, 2020, 10:10 PM IST

গোলাঘাটত ধাৰাবাহিকভাৱে বৃদ্ধি পাইছে কৰ’ণা ৰোগীৰ সংখ্যা ৷ কিন্তু একাংশ লোকৰ কোনো কাণসাৰ নাই কৰ’ণা সংক্ৰমণৰ প্ৰতি ৷ বৰ্তমানলৈকে জিলাখনত 13 গৰাকী কৰ’ণা আক্ৰান্তই মৃত্যুক সাৱটি লৈছে ৷ তাৰপিছতো গোলাঘাটবাসীয়ে মাস্ক পৰিধান কিম্বা আন নীতি-নিয়ম মানি চলা পৰিলক্ষিত হোৱা নাই ৷

For All Latest Updates

ABOUT THE AUTHOR

...view details