ৰূপজ্যোতি কুৰ্মীক ৰাজনৈতিক বহুৱা আখ্যা দিলে অখিল গগৈয়ে
ৰূপজ্যোতি কুৰ্মী এজন ৰাজনৈতিক বহুৱা । মৰিয়নী সমষ্টি উপ-নিৰ্বাচনৰ এক প্ৰচাৰ সভাত বিজেপিৰ প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মীক কটাক্ষ কৰি অখিল গগৈয়ে কয়, ৰূপজ্যোতি কুৰ্মীয়ে বেছি গভীৰভাৱে কথা ভাৱিব নোৱাৰে ৷ কথা বিবেচনা কৰাৰ ক্ষমতাও কুৰ্মীৰ নাই ৷ লগতে কুৰ্মী এগৰাকী খালি টেমাৰ দৰে বুলি কয় অখিল গগৈয়ে ৷