অসম

assam

ETV Bharat / videos

অসাৰ মন্ত্ৰী হিমন্তৰ পকী দলং : 22 বছৰে অৱহেলিত ৰঙাপৰাৰ এটা অঞ্চল

By

Published : Jun 13, 2019, 1:15 PM IST

ৰঙাপৰা , 13 জুন : এয়া শোণিতপুৰ জিলাৰ মিছামাৰীৰ বেলশিৰি নৈৰ দৃশ্য ৷ বিপদ সংকূল ভাৱে বাঁহৰ দলঙৰ ওপৰেৰে যাতায়ত কৰিছে ৰাইজে ৷ বিগত 22 বছৰে মিছামাৰীৰ বাঁহবেৰা-বালিগাঁও সংযোগী পথচোৱাত থকা , এই খৰস্ৰোতা বেলশিৰি নৈ খনৰ ওপৰত নিৰ্মাণ নহ'ল এখন পকী দলং ৷ এই সন্দৰ্ভত ৰঙাপৰাৰ পৰা আমাৰ সাংবাদিক পংকজ নাথৰ এক প্ৰতিবেদন ...

ABOUT THE AUTHOR

...view details