অসম

assam

ETV Bharat / videos

জেঠতে সোণালী নাওবৈচাৰ পথাৰ

By

Published : Jun 13, 2019, 7:37 PM IST

সোণালী ধানেৰে ভৰি পৰিছে দক্ষিণ নাওবৈচাৰ পথাৰসমূহ । শ-শ বিঘাত খেতিয়কসকলে কৰিছে বড়োধানৰ খেতি । ৮-৯বছৰৰ পূৰ্বে আৰম্ভ কৰা এই বড়োধানৰ বীজ কৃষি বিভাগৰ পৰা যোগান ধৰা হৈছিল খেতিয়কসকলক । সম্প্ৰতি বড়োধানৰ উৎপাদন বৃদ্ধি পাইছে যদিও চৰকাৰৰ ফালৰ পৰা কোনো ৰাসায়নিক সাৰ খেতিয়কসকলক যোগান নধৰাত খেতিৰ ফচল আশা অনুযায়ী নহ'ল বুলি মন্তব্য কৰে খেতিয়কসকলে । খেতিয়কসকলৰ দাবী আধুনিক পদ্ধতিৰে উৎপাদন বৃদ্ধিৰ প্ৰচেষ্টা গ্ৰহণ কৰক চৰকাৰে ।

ABOUT THE AUTHOR

...view details