অসম

assam

By

Published : Dec 10, 2019, 8:38 PM IST

ETV Bharat / videos

যোৰহাটত পৰিস্থিতি ভয়াৱহ: আৰক্ষীৰ গুলীচালনাঃ আহত আৰক্ষী

ক্ৰমান্বয়ে উত্তপ্ত হৈ পৰিছে যোৰহাটৰ বৰুৱা চাৰি আলিৰ পৰিৱেশ ৷ আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত সৃষ্টি হোৱা হতাহতিৰ ফলত আহত হয় কেইবাজনো প্ৰতিবাদকাৰীৰ লগতে ই টিভি ভাৰতৰ সাংবাদিক ৷ প্ৰতিবাদকাৰীক দমন কৰিবলৈ আৰক্ষীৰ শূণ্যলৈ গুলিচালনা ৷ প্ৰতিবাদকাৰীৰ শিলাবৰ্ষণত আহত 10 গৰাকী আৰক্ষী জোৱান ৷ বাতৰি সংগ্ৰহ কৰি থকা অৱস্থাত আহত হয় ETV ভাৰতৰ সাংবাদিকও ৷

ABOUT THE AUTHOR

...view details