অসম

assam

ETV Bharat / videos

মাইবাঙত বিজেপিৰ নিৰ্বাচনী জনসভাত বিজেপিৰ প্ৰভাৰী কেদাৰ যোশী - বিজেপি দলক ভোট দিয়াৰ আহ্বান

By

Published : Mar 22, 2021, 7:49 AM IST

দেওবাৰে মাইবাং এভাৰগ্ৰীণ স্কুলৰ খেল পথাৰত বিজেপিৰ প্ৰাৰ্থী নন্দিতা গার্লচাৰ হৈ প্ৰচাৰ অভিযানত অসমৰ নিৰ্বাচনৰ দায়িত্বত থকা বিজেপিৰ প্ৰভাৰী কেদাৰ যোশীৰ ৷ উন্নয়নৰ হকে বিজেপি দলক ভোট দিয়াৰ আহ্বান বিজেপি প্ৰভাৰীজনৰ । বিজেপিয়ে যোৱা পাঁচ বছৰত বিভিন্ন জাতি-জনগোষ্ঠীৰ যিমান উন্নয়নৰ কৰিছে পুনৰাই ক্ষমতালৈ আহিলে দুগুণ কাম হ’ব বুলি মন্তব্য কেদাৰ যোশীৰ ৷

ABOUT THE AUTHOR

...view details