লাহৰীঘাটৰ বিজেপি প্ৰাৰ্থী কাদিৰুজ্জামান জিন্নাৰ সৈতে বিশেষ সাক্ষাৎকাৰ - বিজেপিৰ মনোনীত প্ৰাৰ্থী কাদিৰুজ্জামান জিন্না
81নং লাহৰীঘাট বিধান সভা সমষ্টিৰ বিজেপিৰ মনোনীত প্ৰাৰ্থী কাদিৰুজ্জামান জিন্নাই কেনেদৰে নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ পৰিকল্পনা কৰিছে ? বান আৰু গৰাখহনীয়াত জৰ্জৰিত আৰু সংখ্যালঘু অধ্যুষিত বিধান সভা সমষ্টি হিচাপে চিহ্নিত ৰাজ্যৰ 81 নং লাহৰীঘাটত বিজেপিৰ মনোনীত প্ৰাৰ্থী কাদিৰুজ্জামান জিন্না বিধায়ক হ'লে প্ৰথমে কি কৰিব এই সন্দৰ্ভত ইটিভি ভাৰতৰ এক বিশেষ সাক্ষাৎকাৰ...