অসম

assam

ETV Bharat / videos

প্ৰাৰ্থীৰ তালিকা প্ৰকাশ পোৱা পাচতে কি ক'লে ৰাজ্যিক বিজেপিৰ নেতৃত্বই ... - প্ৰাৰ্থীৰ তালিকা প্ৰকাশ পোৱা পাচতে কি ক'লে ৰাজ্যিক বিজেপিৰ নেতৃত্বই !

By

Published : Mar 5, 2021, 11:08 PM IST

আজি অনুষ্ঠানিকভাৱে বিজেপিয়ে ঘোষণা কৰিলে প্ৰাৰ্থীৰ তালিকা ৷ এক সংবাদমেল সম্বোধন কৰি বিজেপিৰ কেন্দ্ৰীয় মহা সচিব অৰুণ সিঙে ঘোষণা কৰিলে প্ৰাৰ্থীৰ তালিকা ৷ এই সন্দৰ্ভত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসৰ সৈতে ইটিভি ভাৰতৰ সাংবাদিকৰ বিশেষ সাক্ষাৎকাৰ ৷

ABOUT THE AUTHOR

...view details