অসম

assam

ETV Bharat / videos

নিৰ্বাচনী কাম-কাজ পৰিদৰ্শনৰ বাবে বিশ্বনাথত বিশেষ গোট গঠন - assam assembly election 2021

By

Published : Mar 8, 2021, 10:08 AM IST

বিশ্বনাথত নিৰ্বাচনক লৈ তৎপৰ জিলা প্ৰশাসন । বিশ্বনাথ জিলা নিৰ্বাচনী বিষয়াই জিলাখনৰ সমষ্টি কেইটাৰ কাম-কাজ চোৱা-চিতাৰ বাবে জিলা প্ৰশাসনে 6 টা ফ্লায়িং স্কোৱাড আৰু 4 টা স্থিৰ নিৰীক্ষণকাৰী ষ্টেটিক চাৰ্ভিলেঞ্চ টীম গঠন কৰি দিছে । এই গোটসমূহে অহৰহভাৱে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বাহন সমূহত তালাচী চলাই আছে ৷ যাতে নিৰ্বাচনৰ সুযোগ বুজি কোনো ৰাজনৈতিক দল অথবা লোকে নগদ ধনৰ লেনদেন কৰিব নোৱাৰে ৷

ABOUT THE AUTHOR

...view details