অসম

assam

ETV Bharat / videos

পিচ দুৱাৰেদি KAC ৰ শপত গ্ৰহণ : KAC কলৈ বিস্ফোৰক অভিযোগ বিশ্বজিৎ ৰায়ৰ - KAC

By

Published : Sep 27, 2021, 10:04 PM IST

কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদৰ শপত গ্ৰহণক লৈ আক্ৰাছুৰ প্ৰাক্তন সভাপতি বিশ্বজিৎ ৰায়ৰ ক্ষোভ । আদালতৰ ৰায়ক অৱমাননা কৰি চৰকাৰখনে পলাই পিচ দুৱাৰেদি অবৈধভাৱে শপত গ্ৰহণ কৰালে । পৰিষদৰ দায়িত্বত থকা বিশেষ দুজন ব্যক্তিৰ লগতে আন কেইবাজনো লোক KAC ৰ বাহিৰৰ লোক বুলি বিস্ফোৰক অভিযোগ তুলিছে বিশ্বজিৎ ৰায়ে ।

ABOUT THE AUTHOR

...view details