অসম

assam

ETV Bharat / videos

আইন উলংঘনকাৰীৰ বিৰুদ্ধে কঠোৰ বিশ্বনাথ আৰক্ষী - Bishwanath traffic police taken action against rule breaker

By

Published : Sep 28, 2020, 10:13 PM IST

বিশ্বনাথ, 28 ছেপ্তম্বৰ: ৰাজ্যত দ্ৰুত গতিত বৃদ্ধি পাইছে কোভিড 19 ত আক্ৰান্তৰ সংখ্যা ৷ ৰাজ্যৰ আনসমুহ জিলাৰ সমান্তৰালকৈ বিশ্বনাথতো বৃদ্ধি পাইছে কভিড ১৯ ত আক্ৰান্ত সংখ্যা ৷ বৰ্তমানলৈকে জিলা খনত 2309 জন লোক আক্ৰান্ত হোৱাৰ লগতে 8 জনকৈ লোকৰ মৃত্যু হৈছে ৷ কিন্তু ইমানৰ পাছতো যেন জিলাখনত সজাগ হোৱা নাই একাংশ লোক ৷ তেঁওলোকে পৰিধান নকৰে মাস্ক আৰু মানি নচলে সামাজিক দূৰত্ব ৷ অৱশেষত এনেধৰণৰ অসচেতন লোক সকলৰ বিৰুদ্ধে সৰৱ হৈ পৰিল বিশ্বনাথৰ যান বাহন আৰক্ষী ৷ সোমবাৰে ৰাজহুৱা স্থানত মাস্ক পৰিধান নকৰা সকলক 500 টকাকৈ জৰিমনা ভৰাই আৰক্ষীয়ে ৷

ABOUT THE AUTHOR

...view details