অসম

assam

ETV Bharat / videos

পাঠশালাত নাজিতৰা বিহু হুচৰি দলৰ পূৰ্ণ প্ৰস্তুতি

By

Published : Apr 10, 2021, 8:54 AM IST

ৰঙালী বিহুক আদৰিবলৈ সাজু ৰাজ্যবাসী ৷ ইয়াৰ সমান্তৰালভাৱে বজালী জিলাৰ পাঠশালাতো পূৰ্ণ প্ৰস্তুতি চলাইছে নাজিতৰা বিহু হুচৰি দলে । ২০০৬ চনতে আৰম্ভ কৰা পাঠশালাৰ নাজিতৰা বিহু হুচৰি দলে পূৰ্ণ গতিত আৰম্ভ কৰিছে আখৰা ৷

ABOUT THE AUTHOR

...view details