ৰঙালীক আদৰিবলৈ কলিয়াবৰত সাজু হৈছে বিভিন্ন বিহু দল - ৰঙলীক আদৰাৰ প্ৰস্তুতি
উদুলি-মুদুলি অসমীয়াৰ পদূলি ৷ এতিয়া বিহু বতৰ ৷ প্ৰতিজন অসমীয়াৰ মনলৈ এতিয়া বহাগৰ নামিছে ৷ চলাইছে এতিয়া ৰঙলীক আদৰাৰ প্ৰস্তুতি ৷ বিগত ২৭ টা বছৰে ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ বিহু নৃত্য কৰি অহা কলিয়াবৰৰ ফ্ৰেণ্ডশ্বিপ ক্লাৱ নামৰ বিহু দলটোৱেও ইতিমধ্যে প্ৰস্তুতি সমাপ্ত কৰিছে ৷