অসম

assam

নাহৰকটীয়াত ব্যাপক ৰূপত চলিছে বিহুৰ আখৰা

By

Published : Apr 10, 2021, 4:11 PM IST

Published : Apr 10, 2021, 4:11 PM IST

নাহৰকটীয়াৰ ২নং বৰবাম গাঁৱত ব্যাপক ৰূপত চলিছে বিহুৰ আখৰা ৷ নিৰ্বাচনী ব্যস্ততাৰ অন্ত পৰাৰ লগে লগে এতিয়া চেনেহৰ ব’হাগক আদিৰবলৈ প্ৰতিজন অসমীয়াৰ মাজত দেখিবলৈ পোৱা গৈছে পাৰভঙা উচাহ । ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে অসমীয়া নতুন বছৰটিক আদৰাৰ ব্যাপক আয়োজন। বিহুৰ পূৰ্ণ প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে নাহৰকটীয়াতো । নাহৰকটীয়াৰ ২নং বৰবাম গাঁৱত ব্যাপক ৰূপত চলিছে বিহুৰ আখৰা। গাঁওখনৰ নামঘৰৰ প্ৰাঙ্গনত কিশোৰ কিশোৰী,যুৱক যুৱতী,আৰু মহিলা সকলে চলাইছে বিহুৰ আখৰা ।

ABOUT THE AUTHOR

...view details