অসম

assam

By

Published : Apr 16, 2021, 2:26 PM IST

ETV Bharat / videos

গহপুৰত কঁকাল ঘূৰাই নাছিলে আৰক্ষীয়ে

আজি ৰঙালীৰ প্ৰথমটো দিন । ঢোল পেঁপাৰ মাতত ৰজনজনাইছে চৌদিশ । আনন্দত মতলীয়া সকলো । ব্যতিক্ৰম নহয় আৰক্ষীও । এয়া গহপুৰ আৰক্ষী থানাৰ চৌহদৰ দৃশ্য । কৰ্তব্যৰ খাতিৰত ঘৰখন আৰু পৰিয়ালৰ পৰা আঁতৰি থকা আৰক্ষীসকলে বিহু মাৰি এনেদৰে উদযাপন কৰিছে ৰঙালী ।

ABOUT THE AUTHOR

...view details