অসম

assam

ETV Bharat / videos

ঠায়ে ঠায়ে বিহুৰ কৰ্মশালাই আনিছে বহাগৰ হেপাঁহী বতৰা

By

Published : Apr 10, 2021, 6:26 PM IST

পদুলিমুখত হেপাঁহৰ ৰঙালী। সমগ্র ৰাজ্যত ৰঙালী বিহুক আদৰাৰ প্ৰস্তুতি।।ঠায়ে ঠায়ে বিহুৰ কৰ্মশালা ই আনিছে যেন বহাগৰ বতৰা। ৰঙালীক আদৰিবলৈ ব্যাপক প্ৰস্তুতি যোৰহাটত ৷ ৰঙালীক আদৰিবলৈ গাঁৱে ভুঞে চলিছে ব্যাপক প্ৰস্তুতি । উজনি নামনি সকলোতে ঢোলৰ গুম গুমনি পেপাঁৰ লহৰ ৷ যোৰহাটৰ বিভিন্ন স্থানত বিহু নাচৰ কৰ্মশালা । যোৰহাটৰ সংস্কৃতি নৃত্য বিদ্যালয় আৰু সৰ্বাইবন্ধা পূজা মন্দিৰ আৰু বিহু শিল্পী সংস্থা অসম যোৰহাট জিলা সমিতিৰ উদ্যোগত চলিছে বিহু নাচৰ কৰ্মশালা । কন কণ শিশুৰ পৰা কিশোৰী যুৱতী সকলোৱে লৈছে বিহুৰ প্ৰশিক্ষণ ।

ABOUT THE AUTHOR

...view details