অসম

assam

ETV Bharat / videos

ঢোল-পেঁপাৰ মাতত কঁকাল ভাঙিছে গোলাঘাটৰ নাচনীয়ে... - GOLAGHAT

By

Published : Apr 16, 2019, 7:07 PM IST

গোলাঘাট,১৬ মাৰ্চঃ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া বিহুৰ উছাহ-উদ্দীপনা । ঢোল-পেঁপাৰ মাতত প্ৰাণ ঢালি নাচিছে ডেকা-গাভৰুৱে । গোলাঘাট জিলাৰ চিনাতলী গাঁৱতো এতিয়া বিহু-হুঁচৰিত ব্যস্ত ডেকা-গাভৰু । চাওক আমাৰ এক প্ৰতিবেদন

ABOUT THE AUTHOR

...view details