সুধাকণ্ঠলৈ 'ভাৰতৰত্ন' : কি প্ৰতিক্ৰিয়া পুত্ৰৰ - ভাৰত ৰত্ন
বৃহস্পতিবাৰে সুধাকণ্ঠ ভূপেন হাজৰিকালৈ আগবঢ়োৱা হ'ল ভাৰতৰত্ন ৷ পুত্ৰ তেজ হাজৰিকাই গ্ৰহণ কৰে পিতৃলৈ আগবঢ়োৱা দেশৰ সৰ্বোচ্চ সন্মান ৷ সন্মান গ্ৰহণ কৰি অভিভূত হৈ পৰে তেজ হাজৰিকা ৷ তেজ হাজৰিকাৰ সৈতে এক সাক্ষাৎকাৰ .............