কেতিয়া ছবিগৃহ নিৰ্মাণ হ'ব গহপুৰত ?
অসমৰ প্ৰথমখন চিনেমা, জয়মতী ৷ জয়মতীৰ চিত্ৰগ্ৰহণৰ স্থান গহপুৰৰ ভোলাগুৰি চাহ বাগিচা ৷ কিন্তু সেই গহপুৰত নাই এটাও চিনেমা হল ৷ চৰকাৰৰ আহ্বান জনাই ভাগৰি পৰিছে স্থানীয় ৰাইজ ৷ যি সময়ত অসমীয়া চিনেমাৰ সুদিন ঘূৰি আহিছে, থিক সেই সময়তে চিনেমা চোৱাৰ পৰা বঞ্ছিত হৈছে অঞ্চলটোৰ ৰাইজ ৷ চাওক এক প্ৰতিবেদনঃ
Last Updated : Sep 22, 2019, 4:49 PM IST