অসম

assam

ETV Bharat / videos

"এন আৰ চিক মৃত্যুৰ দলিল ৰূপ দিছে অসম চৰকাৰে"- সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচন - protest

By

Published : Oct 11, 2019, 8:52 PM IST

বিসংগতি পূৰ্ণ এন আৰ চিৰ বাবে শুকুৰবাৰে বিশ্বনাথত সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ তিনি ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে । শতাধিক প্ৰতিবাদকাৰীৰ প্ৰতিবাদত মুখৰ হৈ পৰিল উপায়ুক্ত কাৰ্যালয়ৰ চৌহদ । এই অৱস্থান ধৰ্মঘট কাৰ্যসূচীত সদৌ অসম-বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ ৰাজ্যিক সভাপতি দীপক দে' অংশগ্ৰহণ কৰি এন আৰ চি আৰু কেবৰ বিৰোধীতা কৰি কেবে হিন্দু লোকসকলৰ কোনো ধৰণৰ সহাই নকৰে বুলি মন্তব্য কৰে ।

ABOUT THE AUTHOR

...view details