অসম

assam

ETV Bharat / videos

অবৈধ প্ৰেমে লগালে লটি-ঘটি : ৰঙাঘৰত প্ৰেমিক প্ৰেমিকা

By

Published : Aug 5, 2019, 11:37 PM IST

প্ৰেমিক প্ৰেমিকাৰ প্ৰেম কাহিনীক লৈ ব্যস্ত বটদ্ৰৱা আৰক্ষী । বটদ্ৰৱাৰ ধনীয়াভেটিৰ চৌৰাপাৰাত পুৱতি নিশা ৰাইজে অসংযত অৱস্থাত আটক কৰে এহাল প্ৰেমিক-প্ৰেমিকা ৷ দুয়োকে লপা-থপা দি ৰাইজে গটালে বটদ্ৰৱা আৰক্ষীক ৷ । এতিয়া দুই প্ৰেমিক-প্ৰেমিকা ৰঙাঘৰৰ আলহী ৷ প্ৰেমিক-প্ৰেমিকাই এতিয়া মূৰৰ কামোৰণি কৰিছে বটদ্ৰৱা আৰক্ষীৰ ৷ চাওক এই প্ৰতিবেদন.........................

ABOUT THE AUTHOR

...view details