অসম

assam

ETV Bharat / videos

ETV BHARAT ৰ প্ৰভাৱ : বৰ্ণালীৰ গৃহত উপস্থিত নগাঁও আইন সেৱা প্ৰাধিকাৰী

By

Published : Jul 15, 2019, 1:32 PM IST

এক কৰুণ আৰু জীয়া বাস্তৱ ৷ যি বাস্তৱক দেখিলে আপোনাৰ নিগৰিব চকুলো ৷ বটদ্ৰৱাৰ হাতীচোঙ সোণাৰী গাঁৱৰ এগৰাকী মৰমলগা কণমানি । এই কণমানি গৰাকী এতিয়া আক্ৰান্ত হৈছে এক অচিন ৰোগত ৷ দুবছৰৰো অধিক কাল চিকিৎসা কৰাই এতিয়া ভাগৰি পৰিছে পিতৃ-মাতৃ ৷ কোনো ডাক্তৰৰ ঔষধেই ৰোগ নিৰাময় হোৱা নাই কণমানিজনীৰ। নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিৰ সোণাৰী গাঁওৰ পিংকু চন্দ্ৰ বণিয়া আৰু নিজৰা বণিয়াৰ ৪ বছৰ ৬ মাহ বয়সৰ বৰ্ণালী বণিয়া নামৰ এই কণমানি গৰাকী দীৰ্ঘদিন ধৰি আক্ৰান্ত হৈছে কোনো অচিন ৰোগত । দিন হাজিৰা কৰা পিতৃয়ে বহুটো ঠাইত চিকিৎসা কৰাৰ পিছতো ধৰা পৰা নাই কণমানিগৰাকীৰ বেমাৰ । বিগত আঢ়ৈ বছৰে বমি আৰু পেটৰ বিষৰ যন্ত্ৰণাত ভুগি আছে বৰ্ণালীয়ে । পোন প্ৰথমে বৰ্ণালীৰ এই অচিন ৰোগৰ বাতৰি প্ৰকাশ হৈছিল ইটিভি ভাৰতত ৷ এই সন্দৰ্ভত আমাৰ এক বিশেষ প্ৰতিবেদন...

ABOUT THE AUTHOR

...view details