গ্ৰাম্য সমাজৰ পৰা বিলুপ্তিৰ দিশে চহা জীৱনৰ গৰু পাল - চকলাঘাট
অসমীয়াত এশাৰী কথা আছে 'যাৰ নাই গৰু সি সবাতোকৈ সৰু'। একবিংশ শতিকাৰ এই কংক্ৰিতৰ সমাজত যদিও মূল্যহীন এই বাক্যটো, তথাপিও বটদ্ৰৱাৰ সমীপৰ চকলাঘাটৰ প্ৰতিঘৰ গৃহস্থই গোধনক এতিয়াও চহকী কৰ্ম সংস্কৃতিৰ এক প্ৰতীক হিচাপে মানি পালন কৰি আহিছে । এই সন্দৰ্ভত চাওক এক প্ৰতিবেদন-